New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/fraud.jpg)
- বশিষ্ঠ আৰক্ষীৰ জালত এটা প্রৱঞ্চক।
- মহিলাক কাম দিয়াৰ চলেৰে দীৰ্ঘদিনে চলাই আহিছে প্রৱঞ্চনা।
- ধৃত প্রৱঞ্চকটোৰ নাম লক্ষী প্রসাদ তেলী।
- পূৰ্বে গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত আছিল লক্ষী প্রসাদ তেলী।
- এগৰাকী ভুক্তভোগী মহিলাৰ এজাহাৰৰ ভিত্তিত গ্রেপ্তাৰ প্রৱঞ্চকটোক।
- কাম দিয়াৰ চলেৰে বন্ধ কোঠালৈ মাতি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ।