উপাৰ্জনতকৈ সম্পত্তি অধিকঃ পত্নীসহ গ্ৰেপ্তাৰ ধূলাৰ থানাৰ পূৰ্বৰ অ'চিক

ধূলাৰ বনকৰা ছোৱালীৰ হত্যাকাণ্ডৰ অভিযুক্তক ধন লৈ সাৰি যাবলৈ সুযোগ দিছিল এইগৰাকী বিষয়াই
উপাৰ্জনতকৈ সম্পত্তি অধিকঃ পত্নীসহ গ্ৰেপ্তাৰ ধূলাৰ থানাৰ পূৰ্বৰ অ'চিক
  • ধূলাৰ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক পত্নীসহ গ্ৰেপ্তাৰ

  • চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে

  • আয় বৰ্হি:ভূত সম্পত্তি সন্দৰ্ভত চি আই ডিয়ে চলাইছিল তদন্ত

  • দুয়োকে আদালতত হাজিৰ কৰোৱা হয়

  • ৫ দিনৰ আৰক্ষীৰ জিন্মাত দিছে আদালতে

  • ধূলাৰ বনকৰা ছোৱালীৰ হত্যাকাণ্ডৰ অভিযুক্তক ধন লৈ সাৰি যাবলৈ সুযোগ দিছিল এইগৰাকী বিষয়াই

  • পত্নীৰ নাম প্ৰতিভাৰেখা ডেকা ।

উপাৰ্জনতকৈ সম্পত্তি অধিকঃ পত্নীসহ গ্ৰেপ্তাৰ ধূলাৰ থানাৰ পূৰ্বৰ অ'চিক
কছাৰীহাটত মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in