হোজাইত প্ৰাক্তন বিধায়ক স্বপন কৰৰ বাহন দুৰ্ঘটনাগ্ৰস্থ

হোজাইত প্ৰাক্তন বিধায়ক স্বপন কৰৰ বাহন দুৰ্ঘটনাগ্ৰস্থ

author-image
asomiyapratidin
New Update
লংকাত পথ দুৰ্ঘটনা, কথমপি ৰক্ষা পৰে লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰ

  • প্ৰাক্তন বিধায়ক স্বপন কৰৰ বাহন দুৰ্ঘটনাগ্ৰস্থ।
  • হোজাইৰ বামুণগাঁৱত দুৰ্ঘটনাত পতিত হৈছে তেওঁৰ বাহন।
  • দুৰ্ঘটনাত আহত প্ৰাক্তন বিধায়কজনৰ লগতে কেইবাজনো আৰোহী।
  • শক্তি বিভাগৰ এখন বলেৰ' পিকআপ বাহনৰ সৈতে প্ৰাক্তন বিধায়কজনৰ স্কৰপিঅ' বাহনৰ মুখামুখি সংঘৰ্ষ।
  • ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • আহত সকলক লংকা চৰকাৰী চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়।