New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/prafulla-mahanta.jpg)
- বঢ়মপুৰৰ পৰা পুনৰ নিৰ্বাচন খেলিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ।
- প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰাৰ্থীত্ব নিশ্চিত ।
- মহন্ত পত্নী জয়শ্ৰী গোস্বামীলৈ ফোন অগপ সভাপতি অতুল বৰাৰ ।
- বৰ্তমান অসুস্থ হৈ দিল্লীত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ।
- ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ।