এঙেৰা অমৰজ্যোতি সংঘৰ ফুটবল প্ৰতিযোগিতা সম্পন্ন...

এঙেৰা অমৰজ্যোতি সংঘৰ ফুটবল প্ৰতিযোগিতা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
এঙেৰা অমৰজ্যোতি সংঘৰ ফুটবল প্ৰতিযোগিতা সম্পন্ন...

এঙেৰা অমৰজ্যোতি সংঘৰ ফুটবল প্ৰতিযোগিতা সম্পন্ন...

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ এটি অন্যতম ক্ৰীড়া সন্থা "এঙেৰা অমৰজ্যোতি সংঘ"ৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়৷

Advertisment

৪০ বছৰ উৰ্ধৰ স্থায়ী ট্ৰফী ফুটবল প্ৰতিযোগিতাত যোৰহাট প্ৰবীন ফুটবল দলে এঙেৰা ফুটবল দলটোক সমগ্ৰীক ভাৱে ৫-৩ গ'লত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৷

খেলৰ বঁটা বিতৰণী অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে ।

Also Read: হায়দৰাবাদত নিজ ভাতৃয়ে হত্যা কৰিলে নগাঁৱৰ যুৱকক...

ফুটবল প্ৰতিযোগিতা