মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নলবাৰী মেটাৰনিটী হাস্পতালৰ লক্ষাধিক টকা…

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নলবাৰী মেটাৰনিটী হাস্পতালৰ লক্ষাধিক টকা…

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান নলবাৰী প্ৰসূতি চিকিৎসালয়,সাৰথি হাস্পতাল আৰু নলবাৰী প্ৰসূতি চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ বিদ্যালয়ে আজি মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১,০৬,৭০১ টকা আগবঢ়ায়।

নলবাৰী জিলাৰ উপায়ুক্তৰ জৰিয়তে এই ধন আগবঢ়োৱা হয়। ডাঃ তপন ডেকাৰ নেতৃত্বত ডাঃ গোপাল কলিতা,ডাঃ ৰূপজ্যোতি কলিতা,ডাঃ স্বৰূপ শৰ্মা বশিষ্ঠ, ডাঃ ৰাজুমণি শৰ্মা, ডাঃ জয়ন্ত দাস,স্বপ্না গগৈ আৰু লীজা অংকিতা তহবিলদাৰে উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীৰ হাতত সাহায্যৰ ধনৰ চেক প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in