অসম
শিক্ষয়িত্ৰী হোৱাৰ মন পঞ্চম স্থান লাভ কৰা উপাশাৰ
- হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পঞ্চম স্থান লাভ গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰী উপাশা মুদৈৰ।
- উপাশা মুদৈৰ পিতৃৰ নাম অতুল মুদৈ।
- পিতৃ পেচাত এগৰাকী ফাৰ্মাছিষ্ট।
- উপাশাৰ মাতৃৰ নাম পাৰুল বৰা।
- মাতৃ কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী।
- ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ মন উপাশাৰ।