New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/09/dangor-khobr.jpg)
- দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জত ফেৰী দুৰ্ঘটনা ।
- ধুবুৰী-ফকীৰগঞ্জ ফেৰীৰ তলি ফাটি গৈ সংঘটিত হৈছে ফেৰীখন ।
- যাত্ৰী খনত প্ৰায় তিনি শতাধিক যাত্ৰী আছিল ।
- কোনোমতে গলাদিগী নামৰ এখন ঠাইত ফেৰী খন ৰখাই উদ্ধাৰ কৰা হয় যাত্ৰী কেইজনক
- হুলস্থুলীয়া পৰিবেশ হোৱাৰ ফলত ৰাইজে উদ্ধাৰ কৰে ফেৰী খন
- আহত হৈছে কেইবাজনো যাত্ৰী ।
- অত্যাধিক যাত্ৰী কঢ়িওৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ।