New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/fe3c7839-e087-4fa3-873d-48c96a940b07/download.jpg)
যোগীঘোপাত পিতৃৰ হাতত প্রাণ গ’ল পুত্রৰ।
যোগীঘোপাৰ বেছিমাৰীত দেওবাৰে সংঘটিত এই ঘটনা।
পিতৃৰ বিৰুদ্ধে ডেগাৰেৰে হানি-খুঁচি হত্যা কৰাৰ অভিযোগ।
অভিযুক্ত পিতৃৰ নাম বেল্লাল হুছেইন।
মৃত পুত্রৰ নাম হাছেন আলী।
ঘৰুৱা কন্দলৰ পৰিণতিতে সংঘটিত এই হত্যাকাণ্ডৰ সন্দেহ।
আৰক্ষীয়ে আটক কৰে অভিযুক্ত পিতৃ বেল্লাল হুছেইনক ।