/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b21735fe-bac0-4630-8919-c861f864ad34/111.jpg)
-
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ অঘটন
-
এইবাৰ খহি পৰিল প্ৰসূতি আৰু শিশু স্বাস্থ্য বিভাগৰ চিলিং
-
তিনিমহলীয়া ভৱনৰ ওপৰৰ মহলাত এই অঘটন
-
ৰোগীৰ বিচনাৰ ওপৰতেই খহি পৰিল চিলিংখন
-
সৌভাগ্যক্ৰমে আঘাতপ্ৰাপ্ত নহ'ল কোনো ৰোগী অথবা শিশু
-
বিল্ডিং নিৰ্মাণৰ ৪-৫ বছৰৰ ভিতৰতেই চিলিং খহি পৰা ঘটনাই এতিয়া চকু কপালত তুলিছে ৰাইজৰ