ফকিৰগঞ্জ আৰক্ষীৰ জালত এজন হত্যাকাৰী

ফকিৰগঞ্জ আৰক্ষীৰ জালত এজন হত্যাকাৰী

author-image
asomiyapratidin
New Update
কোভিডত আক্ৰান্ত হৈ অসম এছ’ছিয়েচনৰ গুড়গাঁৱৰ প্রতিষ্ঠাপক সভাপতি মৃদুল ভূঞাৰ মৃত্যু…

  • দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত আৰক্ষীৰ সফলতা।
  • আব্দুল হামিদ নামৰ এজন হত্যাকাৰীক গ্ৰেপ্তাৰ।
  • যোৱা ১৭ ডিচেম্বৰত হামিদে শ্বাহজাহান আলী নামৰ এজন লোকক হত্যা কৰিছিল।
  • হামিদ আৰু শ্বাহজাহানৰ পৰিয়ালৰ মাজত পৰিয়াল কেন্দ্ৰিক সংঘাত আছিল।
  • হত্যা কৰি আত্মগোপন কৰিছিল হামিদে।
  • অৱশেষত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হামিদক।
  • হামিদক ধুবুৰী জেললৈ প্ৰেৰণ আৰক্ষীৰ।