Advertisment

ভুৱা টেট শিক্ষক গোচৰঃ ১১ গৰাকীৰ জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে..

ভুৱা টেট শিক্ষক গোচৰঃ ১১ গৰাকীৰ জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে..

author-image
asomiyapratidin
New Update
অবৈধ প্ৰেমঃ বৰাগাঁও হত্যাকাণ্ডৰ ৰহস্য ফাদিল, স্বামীয়ে নহয় দেৱযানীয়ে হত্যা কৰিছিল আন্তিমাক…

  • ৰাজ্যৰ অবৈধ টেট শিক্ষক নিযুক্তি প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি।
  • মুঠ ১১ গৰাকী ভুৱা টেট শিক্ষকৰ জামিন আৱেদন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে।
  • ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ভুৱা টেট শিক্ষকক গ্ৰেপ্তাৰ কৰিছিল চি আই ডিয়ে।
  • এইসকলে ভুৱা নথি দাখিল কৰি শিক্ষকৰ চাকৰি লোৱাৰ অভিযোগ উত্থাপিত হৈছিল।
  • উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ বিচাৰপীঠে নাকচ কৰে এই ১১ জন টেট শিক্ষকৰ জামিন।