Published on :
Updated on :
- ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এপিএছচিয়ে কৰিছে বিস্ফোৰক অভিযোগ।
- সংগঠনটোৰ দাবী- 'অসম লোকসেৱা আয়োগৰ দুৰ্নীতি কেৱল JOB SCAM নহয়'।
- অসম লোক সেৱা আয়োগৰ দুৰ্নীতি ভূমি আৰু Sex Scam।
- এপিএছচি কেলেংকাৰীৰ তদন্তৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ স্থিতি দুৰ্ভাগ্যজনক।
- ২০১৩ৰ প্রতিবেদনক লৈ অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱ।
- মুখ্য সচিবৰ তদন্ত কমিটীয়ে দিয়া নাই প্রতিবেদন।
- এখন ৰাজহুৱা জাননীও প্রকাশ কৰিবলৈ সমৰ্থ নহ'ল মুখ্য সচিব কমিটীয়ে।
- বৰ্তমানেও বক্র পথেৰে চাকৰি লোৱা ৩৪ বিষয়াই কৰি আছে চাকৰি।
- এই মন্তব্য কৰিছে সংগঠনটোৱে।
- মুখ্যমন্ত্রীৰ শেহতীয়া মন্তব্যকো দুৰ্ভাগ্যজনক আখ্যা সংগঠনটোৰ।
- ইয়াৰ উপৰিও সংগঠনটোৰ দাবী- APSCৰ তদন্তক লৈ কোনো স্থিতি গ্রহণ কৰা নাই মুখ্যমন্ত্রীয়ে।
- এগৰাকী ন্যায়াধীশৰ তদন্তকো সন্মান নিদিলে বিজেপি চৰকাৰে।
Asomiya Pratidin
www.asomiyapratidin.in