ফাইল ফটো
Published on:
Updated on:
- সংবাদমেলত ছানাউল্লাহৰ মুকলি আৰু এন আৰ চিৰ সন্দৰ্ভত সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
- ছানাউল্লাহ প্ৰসংগত চৰকাৰৰ নীৰৱ ভূমিকাক সমালোচনা তৰুণ গগৈৰ।
- উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতহে মুকলি কৰা হৈছে ছানাউল্লাহঃ গগৈ
- 'ছানাউল্লাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা নাই ব্যৱস্থা'
- ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
- 'বিদেশী ন্যায়াধীকৰণৰ ওপৰত ৰাইজৰ এতিয়া বিশ্বাস নোহোৱা হৈছে'।
- ন্যায়াধীশৰ যোগ্যতা উচ্চতম ন্যায়ালয়ক পৰীক্ষা কৰাৰ দাবী গগৈৰ।
- এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ সন্দৰ্ভতো মন্তব্য কৰিলে গগৈয়ে।
- 'NRC এখন পেলনীয়া কাগজ হ'ব'।
- 'NRC-এ ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে'
- তপন গগৈ, পল্লৱলোচন দাসকো সমালোচনা কৰিলে গগৈয়ে।
- 'সাংসদ হোৱাৰ পাছতো এৰিব পৰা নাই মন্ত্ৰিত্বৰ লোভ'।
- 'মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছে'।
- 'মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত তিনিটা গোট আছে'।
- ২০২১ত ৮০ খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও ক'লে গগৈয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in