Published on:
Updated on:
- বৈঠালাংছৰ বিহিন্দ্ৰগাঁৱত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ।
- গাঁওখনৰ এটা নলাত দেওবাৰে পুৱা স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো।
- মৃত হাতীটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক।
- খাদ্যত বিষক্ৰিয়া হৈ হাতীটোৰ মৃত্যু ঘটাৰ সন্দেহ ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in