বনৰীয়া হাতীৰ আক্রমণত নিহত এজন লোক

হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী পথৰ কোমোৰাকটাত অঘটন। বনৰীয়া হাতীৰ আক্রমণত নিহত এজন লোক।

author-image
Asomiya Pratidin
New Update
বোকাজানত হাতীৰ আক্ৰমণত নিহত শিশুসহ ৪ জন...

প্ৰতীকি ফটো

  • হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী পথৰ কোমোৰাকটাত অঘটন।

  • বনৰীয়া হাতীৰ আক্রমণত নিহত এজন লোক।

  • বুধবাৰে সংঘটিত হয় এই ঘটনা।

  • নিহত লোকজনৰ নাম ছাৰেথ হামছে।

  • হোজাইৰ পৰা বাইকেৰে বৈঠালাংছ’লৈ গৈ আছিল লোকজন।

  • হাতীৰ আক্রমণৰ পিছতেই লোকজনক চিকিৎসালয়লৈ নিয়া হৈছিল।

  • পিছত চিকিৎসালয়তে মৃত্যু হয় লোকজনৰ।

  • কাৰ্বি লাংপি প্রকল্পত কৰ্মৰত আছিল লোকজন।