অসম
বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণে প্ৰাণ ল’লে এজনৰ…
- বাক্সাৰ বাৰাপেটাত বনৰীয়া হাতীৰ আক্ৰমণ।
- হাতীৰ আক্ৰমণত নিহত এজন লোক।
- লোকজনৰ নাম জয়দেৱ দাস।
- এই ঘটনাত আহত হৈছে লোকজনৰ বিশেষভাৱে সক্ষম পুত্ৰৰ।
- ইফালে খবৰ দিয়াৰ পিছতো সঁহাৰি নিদিলে বনবিভাগে।
- বন বিভাগৰ ওপৰত ক্ষুব্ধ অঞ্চলবাসী।