New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/panchayat-election.jpg)
- ৮ বজাৰ লগে লগে আৰম্ভ হ'ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।
- ৪০টা ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগণনাৰ কাম।
- কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।
- প্ৰতিটো ভোটগণনা কেন্দ্ৰত আছে চিচি টিভি কেমেৰা।
- কংগ্ৰেছ, অগপ আৰু বিজেপিৰ মাজতে হ'ব মূল প্ৰতিদ্বন্দ্বিতা।
- বেলট পেপাৰযোগে এইবাৰ দুই পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
- ভোটগণনাৰ কাম সম্পূৰ্ণ কৰোতে প্ৰয়োজন হ'ব ১৬-২৪ ঘণ্টা সময়।