আৰম্ভ হ’ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা

আৰম্ভ হ’ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা
  • ৮ বজাৰ লগে লগে আৰম্ভ হ'ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।
  • ৪০টা ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগণনাৰ কাম।
  • কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।
  • প্ৰতিটো ভোটগণনা কেন্দ্ৰত আছে চিচি টিভি কেমেৰা।
  • কংগ্ৰেছ, অগপ আৰু বিজেপিৰ মাজতে হ'ব মূল প্ৰতিদ্বন্দ্বিতা।
  • বেলট পেপাৰযোগে এইবাৰ দুই পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
  • ভোটগণনাৰ কাম সম্পূৰ্ণ কৰোতে প্ৰয়োজন হ'ব ১৬-২৪ ঘণ্টা সময়।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in