অসম মুখ্য-পৃষ্ঠা নিশা ৩ বজা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অব্যাহত নিশা ৩ বজা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অব্যাহত asomiyapratidin 13 Dec 2018 03:07 IST Follow UsNew Updateৰাজ্যত অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।বুধবাৰে পুৱা ৮ বজাৰ পৰা অব্যাহত আছে নিৰ্বাচনৰ ভোটগণনা পৰ্ব।নিশা ৩ বজা পৰ্যন্ত বহু ভোটগণনা কেন্দ্ৰত প্ৰাৰ্থী আৰু সমৰ্থকৰ ভিৰ।এতিয়ালৈকে ভাল ফলাফল প্ৰদৰ্শন বিজেপিৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক