নিশা ৩ বজা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অব্যাহত

  • ৰাজ্যত অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।
  • বুধবাৰে পুৱা ৮ বজাৰ পৰা অব্যাহত আছে নিৰ্বাচনৰ ভোটগণনা পৰ্ব।
  • নিশা ৩ বজা পৰ্যন্ত বহু ভোটগণনা কেন্দ্ৰত প্ৰাৰ্থী আৰু সমৰ্থকৰ ভিৰ।
  • এতিয়ালৈকে ভাল ফলাফল প্ৰদৰ্শন বিজেপিৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in