New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/09/dangor-khobr.jpg)
- বুধবাৰে নিৰ্ধাৰণ হ'ব অসম সহ ৫ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ।
- দিল্লীত নিৰ্বাচন আয়োগে আয়োজন কৰিছে এক বিশেষ বৈঠকৰ।
- এই বৈঠকতে বুধবাৰে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত।
- এই বৈঠকত উপস্থিত থাকিব নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত।
- ইতিমধ্যে অসম ভ্ৰমণ কৰিছে নিৰ্বাচন আয়োগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us