Published on:
Updated on:
- মুম্বাইলৈ যাত্ৰা একনাথ সিন্দেৰ।
- গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লু এৰি মুম্বাই অভিমুখে যাত্ৰা বিসম্বাদী নেতাগৰাকী।
- মহাৰাষ্ট্ৰৰ উপাধ্যক্ষলৈ ইতিমধ্যে একনাথ সিন্দেই প্ৰেৰণ কৰিছিল পত্ৰ।
- তেওঁৰ লগত ৪৯ জন বিধায়কৰ সমৰ্থন থকা বুলি উল্লেখ কৰা হৈছিল পত্ৰখনত।
- আনহাতে আজি পুৱা শিৱসেনাৰ এগৰাকী বিধায়ক আহি উপস্থিত হৈছিলহি গুৱাহাটীত।
- একনাথ সিন্দেৰ মুম্বাই যাত্ৰাই নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টিৰ অনুমান কৰা হৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in