New Update
- মঙলবাৰে পুৱাই ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য।
- অসম, বিহাৰ, পশ্চিম বংগ, দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত ভূমিকম্পৰ জোকাৰণি।
- পুৱা প্ৰায় ৬.৩৫ বজাত অনুভুত হৈছে এই জোকাৰণি।
- ২০ৰ পৰা ৩০ ছেকেণ্ড পৰ্যন্ত হয় এই জোকাৰণি।
- এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালত বুলি জানিব পৰা গৈছে।
-
নেপালত হোৱা এই ভূমিকম্পৰ এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
- উল্লেখ্য যে, সোমবাৰে মহাৰাষ্ট্ৰৰ পালঘৰ অঞ্চলত অনুভূত হৈছিল ভূমিকম্প।
- সেই ভূমিকম্পৰ প্ৰাবল্য আছিল প্ৰায় ৪ ৰিখটাৰ স্কেল।