New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/earthquake.jpg)
প্ৰতীকি ফটো
- অসম আৰু অৰুণাচলত ভূমিকম্পৰ জোকাৰণি।
- মঙলবাৰে নিশা ১.৪৬ বজাত জোকাৰণি অনুভূত।
- বহুসময় ধৰি অনুভূত হয় ভমিকম্পৰ জোকাৰণি।
- ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১।
- বাংলাদেশ আৰু ম্যানমাৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
- ভূমিকম্পৰ উৎপত্তি স্থল অৰুণাচল।