New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/earthquake-alfa.jpg)
প্ৰতীকি ফটো
- পুৱাই ভূমিকম্পই জোকাৰি গ'ল অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলক।
- পুৱা ১০ঃ১১ বজাত ৰাজ্যখনত ভূমিকম্পৰ মৃদু জোকাৰণি ঘণিভূত হয়।
- এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৪.৫ ।
- এই ভূমিকম্পৰ অভিকেন্দ্ৰ অৰুণাচল প্ৰদেশৰ পাংগিনৰ ২৩৭ কিলোমিটাৰ নিলগত বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us