Published on:
Updated on:
- শুকুৰবাৰে ছেবাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
- দুৰ্নীতি নিবাৰক শাখাৰ ১২ জনীয়া এটা দলে চলাই এই অভিযান।
- ছেবাৰ সহকাৰী সচিব হেমন্ত ডেকাক জেৰা কৰে দুৰ্নীতি নিবাৰক শাখাই।
- ইতিমধ্যে জব্দ কৰিছে বহু আপত্তি জনক সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথি পত্ৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in