Published on:
Updated on:
- ডুমডুমাৰ এখন ধাবাত ভয়ংকৰ অগ্নিকাণ্ড।
- দুপৰীয়া হঠাত্ জ্বলি উঠে ৩৭ নং ঘাইপাথত থকা এই ধাবাখন।
- মহাষ্টমীৰ দুপৰীয়া সংঘটিত এই ঘটনাক লৈ উত্তেজনা সৃষ্টি।
- লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত।
- অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in