নিশাৰ মহানগৰীত জিলা পৰিবহণ বিভাগৰ অভিযান

নিশাৰ মহানগৰীত জিলা পৰিবহণ বিভাগৰ অভিযান
  • নিশাৰ মহানগৰীত জিলা পৰিবহণ বিভাগৰ অভিযান

  • সুৰাপায়ী আৰু যানবাহন আইন উলংঘনকাৰী চালকৰ বিৰুদ্ধে অভিযান

  • অভিযানত কেইবাজনো চালকক বিহা হয় জৰিমণা

  • সঘনাই হৈ থকা পথ দুৰ্ঘটনা প্রতিৰোধৰ বাবে এই অভিযান

  • সুৰা সেৱন কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ হুংকাৰ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in