New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5f534ca8-6ec9-4188-a56e-4fc2b6715044/download.jpg)
নিশাৰ মহানগৰীত জিলা পৰিবহণ বিভাগৰ অভিযান
সুৰাপায়ী আৰু যানবাহন আইন উলংঘনকাৰী চালকৰ বিৰুদ্ধে অভিযান
অভিযানত কেইবাজনো চালকক বিহা হয় জৰিমণা
সঘনাই হৈ থকা পথ দুৰ্ঘটনা প্রতিৰোধৰ বাবে এই অভিযান
সুৰা সেৱন কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ হুংকাৰ