New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- মৰিয়নিত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
- অভিযানত ড্রাগছসহ গ্রেপ্তাৰ এটা সৰবৰাহকাৰী।
- গ্রেপ্তাৰ উৰিয়ামঘাটৰ অজিৎ ওৰাং।
- শিলিখা চাহ বাগিচাৰ ১১ নং লাইনৰ পৰা গ্রেপ্তাৰ সৰবৰাহকাৰীটোক।
- AS 04 K 0610 নম্বৰৰ এখন বাহনৰ পৰা জব্দ ২২ গ্রাম হেৰ'ইন।
- ডিমাপুৰৰ পৰা মৰিয়নি লৈ আহি থকা অৱস্থাত জব্দ ড্রাগছখিনি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us