/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/853ce657-1705-4560-835c-8de6c1d7d887/gg.jpg)
-
কচুৱাৰ জুৰিৰপাৰত কচুৱা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ অভিযান।
-
গোপন সূত্ৰৰ ভিত্তিত কচুৱা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে চলাইছিল এই অভিযান।
-
কচুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ঈৰশাদৰ নেতৃত্বত চলিছিল এই অভিযান।।
-
অভিযানত আমছৰ আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।
-
আমছৰ আলীৰ পৰা হেৰইন ভৰ্তি ৭৯.৫০ গ্ৰাম দুটা চাবোনৰ বাকচৰ পৰা ২৫.০২ গ্ৰাম সন্দেহযুক্ত হেৰইন সহ এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
-
ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।