/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/75b62e1a-0ccd-4e5f-80ed-a4bab395b807/frs.jpg)
-
পুনৰ বোকাজান মহকুমা আৰক্ষীৰ বৃহৎ সফলতা।
-
বোকাজানত হেৰ'ইনসহ আৰক্ষীৰ জালত দুই মহিলা ড্ৰাগছ সৰবৰাহকাৰী।
-
সোমবাৰে আৰক্ষীয়ে আটক কৰে দুয়োকে।
-
খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজানত আৰক্ষীৰ চলিছিল ড্ৰাগছ বিৰোধী অভিযান।
-
লাহৰিজানৰ এখন হোটেলত আৰক্ষীয়ে অভিযান চলাই ৮৪.৩১ গ্ৰাম হেৰ'ইন জব্দ কৰে।
-
ড্ৰাগছ সৰবৰাহ মূল অভিযুক্ত হোটেলখনৰ স্বত্বাধিকাৰী বজৰং শ্বাহ পলাতক।
-
ধৃত মহিলা ড্ৰাগছ সৰবৰাহকাৰীদুগৰাকীৰ পৰা আৰক্ষীয়ে নগদ ১০লাখ ৩৩ হাজাৰ টকা জব্দ কৰে।