অসম মুখ্য-পৃষ্ঠা মহানগৰীত পুনৰ ড্ৰাগছ জব্দ… মহানগৰীত পুনৰ ড্ৰাগছ জব্দ… asomiyapratidin 28 Feb 2022 09:03 IST Follow UsNew Updateমহানগৰীত পুনৰ জব্দ ড্ৰাগছ। চাংসাৰি আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্রাগছ।জব্দ ৯টাকৈ ড্রাগছ ভৰ্তি কণ্টেইনাৰ আৰু চিৰিঞ্জ।আৰক্ষীয়ে এই অভিযানত আটক কৰিছে ৪ জনক।আটকাধীন অংকুৰ ডেকা, হাছিম আলী, প্রণৱ দাস, জাকিৰ আলীক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক