New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/da.png)
ডিজিটেল সংবাদ , নগাঁও :
- নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ড্ৰাগছ ব্যৱসায়ীক ৷
- ভাৰপ্ৰাপ্ত বিষয়া তৰঙ্গ পাটোৱাৰীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে ফাৰুক আব্দুলা নামৰ ব্যৱসায়ী জন ৷
- কাতিমাৰী প্ৰান্তত হেৰ'ইন বিক্ৰী কৰাৰ সময়ত ফাৰুকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
- ব্যৱসায়ী জনৰ জিম্মাৰ পৰা আৰক্ষীয়ে হেৰ'ইন ভৰ্তি পোন্ধৰটা কন্টেনাৰ জব্দ কৰিছে ৷