অসম মুখ্য-পৃষ্ঠা কামপুৰত ড্রাগছ সহ এজনক গ্রেপ্তাৰ কামপুৰত ড্রাগছ সহ এজনক গ্রেপ্তাৰ asomiyapratidin 13 Jul 2022 09:09 IST Follow UsNew Updateকামপুৰ কাকতিগাঁৱত ড্রাগছসহ এজনক গ্রেপ্তাৰ।গাঁওৰক্ষী বাহিনীৰ সহযোগত গ্রেপ্তাৰ হোজাই আলী নামৰ লোকজনক।নগাঁৱৰ পৰা চেঙাজান অভিমুখে গৈ থকা অৱস্থাত গ্রেপ্তাৰ।হোজাই আলীৰ পৰা জব্দ ড্রাগছভৰ্তি ২০টা কণ্টেইনাৰ। assam drugsআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক