বকোত জব্দ বৃহৎ পৰিমানৰ ড্ৰাগছ সহ আটক এজন

বকোৰ হাউলীটাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।এক গোপন খবৰ ভিত্তিত বকো আৰক্ষীয়ে চলাই অভিযান।

author-image
Asomiya Pratidin
New Update
বকোত জব্দ বৃহৎ পৰিমানৰ ড্ৰাগছ সহ আটক এজন

ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল সংবাদ,ছমৰীয়া::-বকোৰ হাউলীটাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।এক গোপন খবৰ ভিত্তিত বকো আৰক্ষীয়ে চলাই অভিযান।

Advertisment

বকোৰ হাউলীৰটাৰীৰ প্ৰানজিৎ মণ্ডলৰ পৰা জব্দ বহু পৰিমাণৰ হেৰ'ইন।দোকান এখনৰ পৰা জব্দ ৪৩.৫৬ গ্ৰাম হেৰ'ইন।আটক দোকানী প্ৰানজিৎ মণ্ডলক।বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ কুমাৰ নাথৰ গোপন খবৰৰ ভিত্তিত অভিযান।

বকো আৰক্ষীৰ উপ-পৰিদৰ্শক অপূৰ্ব কলিতাই অভিযান চলাই জব্দ কৰে হেৰই'ন খিনি।ইতিমধ্যে আটকাধীন লোকজনক অধিক তথ্য সোধ পোছৰ বাবে বকো আৰক্ষীয়ে বকো থানালৈ লৈ যায়।

drugs assam Assam police