New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/boka.jpg)
- বোকাখাতত হেৰোইন সহ যুৱক আটক।
 - বৃহস্পতিবাৰে আটক হয় যুৱকজন।
 - ১৩ গ্ৰাম হেৰোইন সহ গুৱাহাটীমুখী যাত্ৰীবাহী বাছৰ পৰা আটক যুৱক জনক।
 - ধৃত গৌতম বাঢ়ৈ নামৰ যুৱক জনৰ ঘৰ নুমলীগড় ধোদাঙত।
 - গোলাঘাটৰ ৰহাজানত গুৱাহাটীলৈ বুলি গাড়ীত উঠিছিল যুৱকজন।
 - বোকাখাত আৰক্ষীৰ সোধপোচ অব্যাহত।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us