শিলচৰত আৰক্ষীৰ তালাচীত জব্দ ৬০ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাঃ এজনক আটক…

শিলচৰত আৰক্ষীৰ তালাচীত জব্দ ৬০ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাঃ এজনক আটক…
  • শিলচৰত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্রাগছ।
  • ৰংপুৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান।
  • এখন স্কুটীত তালাচী চলাওতে জব্দ হয় ড্রাগছখিনি।
  • স্কুটীখনৰ পৰা উদ্ধাৰ কৰা হৈছে ৬০টা ড্রাগছভৰ্তি কণ্টেইনাৰ।
  • প্রায় ৪০ গ্রাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে।
  • হেৰ'ইনৰ সৈতে নগদ ৩৮ হাজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে।
  • আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক।
  • আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মোস্তাফা আহমেদ বৰলস্কৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in