New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/eimuhurtor-khobor-copy.jpg)
- শিলচৰত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্রাগছ।
- ৰংপুৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান।
- এখন স্কুটীত তালাচী চলাওতে জব্দ হয় ড্রাগছখিনি।
- স্কুটীখনৰ পৰা উদ্ধাৰ কৰা হৈছে ৬০টা ড্রাগছভৰ্তি কণ্টেইনাৰ।
- প্রায় ৪০ গ্রাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে।
- হেৰ'ইনৰ সৈতে নগদ ৩৮ হাজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে।
- আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক।
- আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মোস্তাফা আহমেদ বৰলস্কৰ।