New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
- স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
- এইবাৰ স্বাধীনতাৰ আনন্দৰ মাজতে শিলচৰত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
- অভিযানত জব্দ ৩৯টা ড্রাগছভৰ্তি কণ্টেইনাৰ।
- জব্দ ১৯.৭০ গ্রাম ব্রাউন ছুগাৰ।
- আৰক্ষীয়ে গ্রেপ্তাৰ কৰে নিতাই দাস নামৰ সৰবৰাহকাৰীটোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us