Published on:
Updated on:
- বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে গোচৰ ৰুজু।
- হিন্দু সুৰক্ষা সেনাই ৰুজু কৰে এই গোচৰ।
- চানমাৰী থানাত হীৰেণ গোঁহাইৰ বিৰুদ্ধে গোচৰ ৰুজু।
- চাৰ্জিল ইমামৰ সন্দৰ্ভত ড০ হীৰেণ গোঁহাইয়ে দিয়া মন্তব্যক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ।
- হীৰেণ গোঁহাইয়ে এনে মন্তব্য কৰা কথা অস্বীকাৰ কৰিছিল।
- কৈছিল- আৱেগক দিয়া কোনো ভাষণক লৈ দেশদ্ৰোহী গোচৰ ৰুজু কৰাতো হাস্যকৰ।
- ইয়াকে লৈ একাংশই সমালোচনা কৰিছিল ড০ গোঁহাইক।
- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সংবাদমেল পাতি হীৰেণ গোঁহাইক মৌলবাদীৰ পৃষ্ঠপোষক বুলি আখ্যা দিছিল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in