New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/agrani-batory.jpg)
- কোভিডত আক্ৰান্ত হৈ যোৰহাটত চিকিৎসকৰ মৃত্যু ।
- কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা চিকিৎসক জনৰ নাম ডাঃ অশ্বিনী দত্ত ।
- চিকিৎসক জনৰ ঘৰ টীয়ক গুৱাল গাঁৱত বুলি জানিব পৰা গৈছে ।
- পূৰ্বৰে পৰা কৰ্কট ৰোগত আক্ৰান্ত আছিল চিকিৎসক জন ।
- চিকিৎসক জনৰ বয়স ৫৭ বছৰ ।
- যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত মৃত্যু হয় চিকিৎসক জন ।