New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- ডিমাপুৰৰ পৰা অধিবক্তাসহ ৫জন লোকক অপহৰণ।
- ডিমাপুৰৰ পুৰণাবজাৰ অঞ্চলৰ পৰা অজ্ঞাত লোকে অপহৰণ কৰিছে এইকেইজন লোকক।
- এখন টাটা ছুমুৰে গৈ আছিল তেওঁলোক।
- টাটা ছুমুখনত আছিল অধিবক্তা বিতুপৰ্ণা, চন্দ্ৰ লস্কৰকে ধৰি আন তিনিজন লোক।
- আটাই কেইজনৰে ঘৰ গোলাঘাটত।
- কোনে কি কাৰণত অপহৰণ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।