Published on:
Updated on:
- সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই।
- বহু সমৰ্থকৰ সৈতে সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থীজনে।
- মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।
- দাসৰ লগতে উপস্থিত থাকে মন্ত্রী ভবেশ কলিতা, কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বড়ো, বিটিচিৰ ইএম জগদীশ চৰকাৰ, বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াৰ লগতে বিধায়ক সত্যব্ৰত কলিতা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in