দৰং-ওদালগুৰিত ৩লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বিজেপিঃ দিলীপ শইকীয়া

দৰং-ওদালগুৰিত ৩লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বিজেপিঃ দিলীপ শইকীয়া

author-image
Asomiya Pratidin
New Update
দৰং-ওদালগুৰিত ৩লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বিজেপিঃ দিলীপ শইকীয়া

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈত বিজেপিৰ মুখ্য কাৰ্যালয়ত শনিবাৰে মণ্ডল বিজেপিৰ বৈঠকত উপস্থিত হয় দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া। জিলাখনৰ তিনি শতাধিক বিজেপিৰ বুথ কৰ্মীৰ উপস্থিতিত হোৱা সভাত দিলীপ শইকীয়া উপস্থিত হৈ কেবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

Advertisment

দৰং ওদালগুৰি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা যদিহে বিজেপি কংগ্ৰেছ বিপিএফৰ মাজত তিনি কোনীয়া হয় তেতিয়াও ৩লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বিজেপি বুলি মন্তব্য কৰে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই।শেহতীয়াকৈ দিলীপ শইকীয়াই কংগ্ৰেছৰ লগতেই মূল প্ৰতিদ্বন্দিতা হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংবাদিকৰ আগত।

Also Read: বিশিষ্ট সমাজ সেৱক মাইন উদ্দীন আহমেদৰ মৃত্যু

mangoldoi bjp dilip saikia