অসম অগপ এৰি এনপিপিৰ অসমৰ প্ৰভাৰী হ’ল দিলীপ বৰা অগপ এৰি এনপিপিৰ অসমৰ প্ৰভাৰী হ’ল দিলীপ বৰা asomiyapratidin 28 Feb 2019 16:31 IST Follow UsNew Updateএন পি পি দলৰ অসমৰ প্ৰভাৰী নিযুক্তি।দিলীপ বৰাক দিয়া হয় প্ৰভাৰী হিচাপে নিযুক্তি।কনৰাড চাংমাই নিযুক্তি দিলে তেওঁক।ইয়াৰ পূৰ্বে অসম গণ পৰিষদ দলৰ উপ-সভাপতি আছিল দিলীপ বৰা।কিছদিন পূৰ্বে দল ত্যাগ কৰিছিল তেওঁ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক