অগপ এৰি এনপিপিৰ অসমৰ প্ৰভাৰী হ’ল দিলীপ বৰা

অগপ এৰি এনপিপিৰ অসমৰ প্ৰভাৰী হ’ল দিলীপ বৰা
  • এন পি পি দলৰ অসমৰ প্ৰভাৰী নিযুক্তি।
  • দিলীপ বৰাক দিয়া হয় প্ৰভাৰী হিচাপে নিযুক্তি।
  • কনৰাড চাংমাই নিযুক্তি দিলে তেওঁক।
  • ইয়াৰ পূৰ্বে অসম গণ পৰিষদ দলৰ উপ-সভাপতি আছিল দিলীপ বৰা।
  • কিছদিন পূৰ্বে দল ত্যাগ কৰিছিল তেওঁ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in