Published on:
Updated on:
- দুৰ্গা পূজা আনন্দ-উলাহৰ মাজতে ডিগবৈত সংঘটিত হ'ল জঘন্য কাণ্ড।
- শুকুৰবাৰে নিশা ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ বলাত্কাৰ।
- নিশা মুলিয়াবাৰীত চাৰিজনীয়া দুৰ্বৃত্তৰ দলে বলাত্কাৰ কৰে কিশোৰীগৰাকীক।
- চিঞৰ-বাখৰ কৰাত টহলদাৰী নিৰাপত্তাৰক্ষীৰ দলে উদ্ধাৰ কৰে কিশোৰীগৰাকীক।
- ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তকেইটাই পলায়ন কৰে যদিও কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইটা লম্পটক।
- ধৃত লম্পটকেইটা ক্ৰমে- সুভম দাস, অজয় পাণ্ডে, আকাশ চক্ৰৱৰ্তী আৰু ধ্ৰুৱ গগৈ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in