New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a701da55-e4a6-43c6-ba21-14240fd03970/download.jpg)
ডিগবৈত নিশা সন্ত্রাস সৃষ্টি কৰা ৪ দুৰ্বৃত্তক আটক।
নিশা হ’লে মানুহৰ ঘৰে ঘৰে সোমাই চলাই উপদ্রৱ।
গাড়ী, দুৱাৰৰ খিৰিকী ভাঙি উপদ্রৱ চলাইছে আহিছে ৪ দুৰ্বৃত্তই।
ধৃত কেইটা বুদ্ধিস দাসকে ধৰি বাকী ৩জন ১৫/১৬ বছৰীয়া কিশোৰ।
চি চি কেমেৰাত বন্দী হোৱা তথ্যৰ ভিত্তিতে আটক চাৰিওকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us