ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসত ছাত্ৰীৰ আত্মহত্যা…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসত ছাত্ৰীৰ আত্মহত্যা…
  • ৰাজ্যত পুনৰ ছাত্ৰীৰ আত্মহত্যা।
  • এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে কৰিলে আত্মহত্যা।
  • বিশ্ববিদ্যালয়খনৰ আইদেউ সন্দিকৈ ছাত্রী নিৱাসত এই অঘটন।
  • ছাত্রী নিৱাসটোৰ আৱাসী ৰঞ্জিতা ছেত্রী নামৰ ছাত্রীগৰাকীৰ আত্মহত্যা।
  • মৃত ছাত্রীগৰাকীৰ ঘৰ লখিমপুৰৰ বিহপুৰীয়াত।
  • ছাত্ৰীগৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই বিষয়ে এতিয়াও সবিশেষ তথ্য লাভ কৰা নাই।
  • ইয়াৰ পূৰ্বে যোৱা সপ্তাহত তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰীয়ে কৰিছিল আত্মহত্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in