Published on:
Updated on:
- ডিব্ৰুগড়ত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
- অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ পানী।
- আজিৰে পৰা বন্ধ কৰা হৈছে ডিব্ৰুগড়ৰ বগীবিল আৰু ধেমাজিৰ মাজত চলাচল কৰা ফেৰী সেৱা।
- জলপৰিবহন বিভাগে বন্ধ কৰিছে এই ফেৰী সেৱা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in