Published on :
Updated on :
- ডিব্ৰুগড় জিলাৰ বিভিন্ন গাঁও পঞ্চায়তৰ ভোটগণনা অনুষ্ঠিত হৈ আছে শান্তিপূৰ্ণভাৱে।
- ১০টা ৱাৰ্ডৰ ভোটগণনা সম্পূৰ্ণ।
- ইয়াৰে ৮টাতেই বিজেপি প্ৰাৰ্থীৰ জয়।
- দুটাত কংগ্ৰেছ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।
- কলাখোৱা পঞ্চায়তৰ পৰা ৱাৰ্ড মেম্বাৰৰূপে বিজেপি প্ৰাৰ্থী মানিক নেওগৰ জয়লাভ।
- টিমনা পঞ্চায়তৰ সকলো আসনতে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।
Asomiya Pratidin
www.asomiyapratidin.in