ডিব্ৰুগড়ত ১০ গাঁও পঞ্চায়তৰ ফলাফল ঘোষণা

  • ডিব্ৰুগড় জিলাৰ বিভিন্ন গাঁও পঞ্চায়তৰ ভোটগণনা অনুষ্ঠিত হৈ আছে শান্তিপূৰ্ণভাৱে।
  • ১০টা ৱাৰ্ডৰ ভোটগণনা সম্পূৰ্ণ।
  • ইয়াৰে ৮টাতেই বিজেপি প্ৰাৰ্থীৰ জয়।
  • দুটাত কংগ্ৰেছ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।
  • কলাখোৱা পঞ্চায়তৰ পৰা ৱাৰ্ড মেম্বাৰৰূপে বিজেপি প্ৰাৰ্থী মানিক নেওগৰ জয়লাভ।
  • টিমনা পঞ্চায়তৰ সকলো আসনতে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in