Published on:
Updated on:
- ধুবুৰীত ইৰাণী গ্ৰুপৰ সদস্য আটক।
- এজন শিক্ষকৰ পৰা বেগ কাঢ়ি পলাবলৈ চেষ্টা কৰোতে আটক।
- আব্দুল খালেক নামৰ শিক্ষকজনৰ পৰা টকাৰ বেগ কাঢ়িবলৈ চেষ্টা কৰোতে আটক হয় চোৰ।
- আটকাধীন চোৰটোৰ নাম এলাইন্স গোৱালা।
- পশ্চিম বংগৰ জলপাইগুৰিত ঘৰ এলাইন্সৰ।
- ৰাইজে আটক কৰি চোৰটোক গতাই দিয়ে আৰক্ষীক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in