New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- ধুবুৰীৰ গৌৰীপুৰ আমবাৰীত চাৰি সন্তানৰ মাতৃৰ আত্মহত্যা।
- নিজ ঘৰতে চিপ লৈ আত্মহত্যা মহিলাগৰাকীৰ।
- অংগনৱাড়ীৰ সহায়িকা আছিল মৃত মহিলাগৰাকী।
- মহিলাগৰাকীক স্বামী আব্দুল মান্নানে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ ৰাইজৰ।
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।